ইনকুবেটৰ:বেটুপাত
- You can read this page in other languages. The language menu is here.
ৱিকিমিডিয়া ইনকুবেটৰলৈ স্বাগতম!
এয়া ৱিকিমিডিয়া ইনকুবেটৰ, য'ত ৱিকিপিডিয়া, ৱিকিগ্ৰন্থ, ৱিকিসংবাদ, ৱিকিউদ্ধৃতি, ৱিকিঅভিধান আৰু ৱিকিভ্ৰমণৰ সাম্ভাব্য ন-ভাষাৰ সংস্কৰণ ব্যৱস্থিত, লিখা, পৰীক্ষা আৰু ৱিকিমিডিয়া সংস্থাই হ'ষ্ট কৰাৰ যোগ্যতা প্ৰমাণিত কৰা হয়।
যদিও ৱিকিমিডিয়া ইনকুবেটৰত পৰীক্ষামূলক ৱিকিসমূহে নিজা ৱিকি ড'মেইন লাভ নকৰে, এই ৱিকিসমূহকো আন ৱিকিৰ দৰেই পঢ়িব আৰু সম্পাদনা কৰিব পৰা যায়।
ৱিকিবিশ্ববিদ্যালয়ৰ নতুন সংস্কৰণৰ বাবে বিটা ৱিকিবিশ্ববিদ্যালয়, আৰু ৱিকিউৎসৰ নতুন সংস্কৰণৰ বাবে পুৰণি ৱিকিউৎসলৈ যোৱা উচিত।
আপুনি ইয়াত এক নতুন প্ৰকল্প আৰম্ভ কৰিব নোৱাৰে, বৰ্তমানে অস্তিত্ব থকা এটি প্ৰকল্পৰ নতুন ভাষাৰ সংস্কৰণহে আৰম্ভ কৰিব পাৰে। যদি আপুনি এটা নতুন প্ৰকল্প আৰম্ভ কৰিব বিচাৰে, তেন্তে নতুন প্ৰকল্পৰ প্ৰস্তাৱসমূহলৈ যাওক, নাইবা যদি নতুন প্ৰকল্প সৃষ্টি কৰিব বিচাৰে, তেন্তে ৱিকিৰেণু চাওক।
ইয়াত থকা কিছু সক্ৰিয় ৱিকি:
These have been approved and/or created: | These are active and might get their own site soon:
|
These will likely stay here: |
এটি নতুন পৰীক্ষামূলক ৱিকি কেনেকৈ আৰম্ভ কৰে?যদি আপুনি কোনো প্ৰকল্পৰ নতুন সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছে, আপুনি সকলো তথ্য সহায়:নিয়মাৱলীত বিচাৰি পাব। অনুগ্ৰহ কৰি স্থানীয় নীতিৰ বিষয়ে সজাগ হওক। কিছু গুৰুত্বপূৰ্ণ নিয়ম:
ইনকুবেটৰৰ পৰীক্ষামূলক ৱিকিলৈ কেনেকৈ অৱদান আগবঢ়াব?যদি আপুনি ইয়াত পৰীক্ষামূলক ৱিকি থকা এটি ভাষা জানে, আপোনাক সেই পৰীক্ষামূলক ৱিকিলৈ অৱদান আগবঢ়াবলৈ প্ৰেৰণা যোগোৱা হ'ল। অনুগ্ৰহ কৰি, আপুনি সৃষ্টি কৰা প্ৰত্যেক পৃষ্ঠাক এক শুদ্ধ উপসৰ্গ প্ৰদান কৰক। উপসৰ্গসমূহৰ বিষয়ে অধিক তথ্য |
[edit]
| |
যোগাযোগ/সহায়:
|
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ:
ৱিকিপিডিয়া মুক্ত বিশ্বকোষ |
ৱিকিঅভিধান অভিধান আৰু শব্দ সংগ্ৰহ |
ৱিকিউৎস মুক্ত পুথিভঁৰাল |
ৱিকিউদ্ধৃতি উদ্ধৃতিৰ সংগ্ৰহ | ||||
ৱিকিগ্ৰন্থ মুক্ত পাঠ্যপুথি আৰু নিৰ্দেশিকা |
ৱিকিসংবাদ মুক্ত-সংবাদ সমল |
ৱিকিবিশ্ববিদ্যালয় মুক্ত শিক্ষণ সমল আৰু কাৰ্যাৱলী |
ৱিকিভ্ৰমণ মুক্ত সঁতাৰ ভ্ৰমণ নিৰ্দেশিকা | ||||
ৱিকিপ্ৰজাতি প্ৰজাতিৰ সূচী |
ৱিকিতথ্য জ্ঞানৰ মুক্ত আধাৰ |
ৱিকিমিডিয়া কমন্স মুক্ত মিডিয়া সমল |
মেটা-ৱিকি ৱিকিমিডিয়া প্ৰকল্পসমূহৰ সমন্বয়ক |