ইনক্যুবেটৰ:বেটুপাত
- You can read this page in other languages. The language menu is here.
ৱিকিমিডিয়া ইনক্যুবেটৰলৈ স্বাগতম্!
এয়া ৱিকিমিডিয়া ইনক্যুবাটৰ, য'ত ৱিকিপিডিয়া, ৱিকিগ্ৰন্থ, ৱিকিসংবাদ, ৱিকিউক্তি, ৱিকিঅভিধান আৰু ৱিকিভ্ৰমণৰ সাম্ভাব্য ন-ভাষাৰ সংস্কৰণ ব্যৱস্থিত, লিখা, পৰীক্ষা আৰু ৱিকিমিডিয়া সংস্থাই হ'ষ্ট কৰাৰ যোগ্যতা প্ৰমাণিত কৰা হয়।
যদিও ৱিকিমিডিয়া ইনক্যুবেটৰৰ পৰীক্ষামূলক ৱিকিসমূহে নিজা ৱিকি ড'মেইন লাভ নকৰে, এই ৱিকিসমূহকো আন ৱিকিৰ দৰেই পঢ়িব আৰু সম্পাদনা কৰিব পৰা যায়।
ৱিকিবিশ্ববিদ্যালয়ৰ নতুন সংস্কৰণৰ বাবে বিটা ৱিকিবিশ্ববিদ্যালয়, আৰু ৱিকিউৎসৰ নতুন সংস্কৰণৰ বাবে পুৰণি ৱিকিউৎসলৈ যোৱা উচিত।
আপুনি ইয়াত এক নতুন প্ৰকল্প আৰম্ভ কৰিব নোৱাৰে, বৰ্তমানে অস্তিত্ব থকা এটি প্ৰকল্পৰ নতুন ভাষাৰ সংস্কৰণহে আৰম্ভ কৰিব পাৰে।
ৱিকিসমূহক ইনক্যুবেট কৰা
ইয়াত থকা কিছু সক্ৰিয় ৱিকি:
These have been approved and/or created: | These are active and might get their own site soon:
|
These will likely stay here: |
ৱিকিমিডিয়া ইনক্যুবেটৰৰ সকলো ৱিকিৰ তালিকাৰ বাবে ইয়াত চাওক, ইনক্যুবেটৰ:ৱিকিসমূহ
==== এটি নতুন পৰীক্ষামূলক ৱিকি কেনেকৈ আৰম্ভ কৰে? যদি আপুনি কোনো প্ৰকল্পৰ নতুন সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছে, আপুনি সকলো তথ্য সহায়:নিয়মাৱলীত বিচাৰি পাব। অনুগ্ৰহ কৰি স্থানীয় নীতিৰ বিষয়ে সজাগ হওক। কিছু গুৰুত্বপূৰ্ণ নিয়ম:
ইনক্যুবেটৰৰ পৰীক্ষামূলক ৱিকিলৈ কেনেকৈ অৱদান আগবঢ়াব? যদি আপুনি ইয়াত পৰীক্ষামূলক ৱিকি থকা এটি ভাষা জানে, আপোনাক সেই পৰীক্ষামূলক ৱিকিলৈ অৱদান আগবঢ়াবলৈ প্ৰেৰণা যোগোৱা হ'ল। অনুগ্ৰহ কৰি, আপুনি সৃষ্টি কৰা প্ৰত্যেক পৃষ্ঠাক এক শুদ্ধ উপসৰ্গ প্ৰদান কৰক। উপসৰ্গসমূহৰ বিষয়ে অধিক তথ্য. |
[edit]
সাম্প্ৰতিক ঘটনাৱলী
| |
যোগাযোগ/সহায়:
|
ভগ্নী প্ৰকল্পসমূহ
The Wikimedia Foundation operates several other multilingual and free-content projects:
![]() |
ৱিকিপিডিয়া মুক্ত বিশ্বকোষ |
![]() |
Wiktionary Dictionary and thesaurus |
![]() |
ৱিকিউৎস মুক্ত পুথিভঁৰাল |
![]() |
Wikiquote Collection of quotations |
![]() |
Wikibooks Free textbooks and manuals |
![]() |
Wikinews Free-content news |
![]() |
Wikiversity Free learning materials and activities |
![]() |
Wikivoyage The free online travel guide |
![]() |
Wikispecies Directory of species |
![]() |
Wikidata The free knowledge base |
![]() |
Wikimedia Commons Shared media repository |
![]() |
Meta-Wiki Wikimedia project coordination |