Welcome to Wikimedia Incubator!

At the right there are some important links, and here are some tips and info:

  • If you haven't created a user page yet, please create one with for example Babel templates on it.
  • You can select your interface language in your preferences.
  • If you make articles, templates or categories, don't forget to add a prefix!
  • If your knowledge of English is good, you can help with translating pages to other languages you know, so more people can understand them!
  • If you want to translate the interface, please go to Translatewiki.net and follow their instructions.
If you have any questions, feel free to ask them on Incubator:Community Portal.

-- Welcoming Bot 06:18, 2 January 2022 (UTC)Reply

সম্পাদকৰ পদক edit

  সম্পাদকৰ পদক
শেহতীয়াকৈ অসমীয়া ৱিকিউদ্ধৃতিৰ উত্তৰণৰ বাবে আগবঢ়োৱা বৰঙণিৰ বাবে আপোনালৈ এই পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে - চন্দন চিৰিং ফুকন বাৰ্তা 09:19, 7 January 2022 (UTC)Reply
ধন্যবাদ৷ Pranamikaadhikary (talk) 16:39, 26 January 2022 (UTC)Reply

Translation request edit

Could you please translate this to Assamese?

The main literary texts in Occidental appeared in Cosmoglotta. There were also some works, both original and translated, published in Interlingue. Other texts appeared in the magazine Helvetia but these were less common. Micri chrestomathie is an example of a translated work, featuring a compilation of texts by Jaroslav Podobský, H. Pášma and Jan Kajš published in 1933.

--Caro de Segeda (talk) 18:13, 16 January 2022 (UTC)Reply

এপিয়লা চাহ edit

  ৱিকিউদ্ধৃতিৰ উত্তৰণৰ কামত নিৰন্তৰ নিয়োজিত হৈ থাকি আহিব পৰা অৱসাদৰ বাবে আপোনাক এপিয়লা চাহ আগবঢ়ালোঁ। --চন্দন চিৰিং ফুকন বাৰ্তা 08:19, 26 January 2022 (UTC)Reply
ধন্যবাদ৷ Pranamikaadhikary (talk) 16:39, 26 January 2022 (UTC)Reply

অক্লান্ত-কৰ্মী পদক edit

  অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিউদ্ধৃতিত অবিৰতভাৱে আপুনি আগবঢ়াই অহা মূল্যবান অৱদানৰ বাবে ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক আন্তৰিক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিউদ্ধৃতিৰ সৈতে জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰি যাব। -চন্দন চিৰিং ফুকন বাৰ্তা 04:19, 30 April 2022 (UTC)Reply
ধন্যবাদ৷ Pranamikaadhikary (talk) 11:43, 30 April 2022 (UTC)Reply

ৱিকিউদ্ধৃতিৰ ভোটাতৰা পদক edit

  ৱিকিউদ্ধৃতিৰ ভোটাতৰা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, অসমীয়া ৱিকিউদ্ধৃতিৰ উত্তৰণৰ বাবে আপুনি আগবঢ়োৱা ধাৰাবাহিক বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে আপোনাক "ৱিকিউদ্ধৃতিৰ ভোটাতৰা পদক" প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিউদ্ধৃতিলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। ধন্যবাদেৰে – -chanakyakdas (talk) 05:47, 30 April 2022 (UTC)Reply
ইমানবোৰ পদক! ধন্যবাদ Pranamikaadhikary (talk) 11:44, 30 April 2022 (UTC)Reply

কেইটামান ষ্ট্ৰবেৰী edit

  হে অগ্ৰজ, ব্যস্ততাৰ মাজতে ৱিকিউদ্ধৃতিলৈ বৰঙণি আগবঢ়াই যাওঁতে সতেজতাৰ বাবে আপোনালৈ কৃতজ্ঞতাৰে কেইটামান ষ্ট্ৰবেৰী যাচিলোঁ‌। -Chandan Chiring Phukon Chat 15:23, 25 June 2022 (UTC)Reply
বিৰাট টেষ্টি৷ ধন্যবাদ৷ Pranamikaadhikary (talk) 16:57, 25 June 2022 (UTC)Reply

Template:Wq/as/নক্ষত্ৰ পদক