Welcome to Wikimedia Incubator!

At the right there are some important links, and here are some tips and info:

If you have any questions, feel free to ask them on Incubator:Community Portal.

-- Welcoming Bot 12:35, 15 April 2020 (UTC)Reply[reply]

A barnstar for you!Edit

  The Original Barnstar
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিউদ্ধৃতিৰ অংকুৰণৰ ক্ষেত্ৰত আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদকটো আগবঢ়ালোঁ‌। ধন্যবাদেৰে।

-চন্দন চিৰিং ফুকন বাৰ্তা 13:56, 19 August 2021 (UTC)Reply[reply]

@Chiring chandan: অশেষ ধন্যবাদ দাদা। -chanakyakdas (talk) 14:52, 19 August 2021 (UTC)Reply[reply]

চাহ এপিয়লাEdit

  প্ৰিয় চাণক্য, ৱিকিউদ্ধৃতিৰ উত্তৰণৰ কামত নিৰন্তৰ নিয়োজিত হৈ থাকি আহিব পৰা অৱসাদৰ বাবে এপিয়লা চাহ আগবঢ়ালোঁ‌। চন্দন চিৰিং ফুকন বাৰ্তা 14:31, 18 September 2021 (UTC)Reply[reply]
@Chiring chandan: ধন্যবাদ দাদা। :) -chanakyakdas (talk) 14:34, 18 September 2021 (UTC)Reply[reply]

অক্লান্ত কৰ্মী পদকEdit

  অক্লান্ত কৰ্মী পদক
প্ৰিয় সতীৰ্থ, ৱিকিউদ্ধৃতিৰ জীৱনদানৰ প্ৰচেষ্টাত অবিৰতভাৱে বৰঙণি আগবঢ়াই অহাৰ বাবে তোমালৈ এই পদকটি আগবঢ়ালোঁ‌। ধন্যবাদেৰে। চন্দন চিৰিং ফুকন বাৰ্তা 14:37, 29 November 2021 (UTC)Reply[reply]
@Chiring chandan: ধন্যবাদ দাদা। :) -chanakyakdas (talk) 18:27, 29 November 2021 (UTC)Reply[reply]

কাৰিকৰী পাৰদৰ্শিতা পদকEdit

  কাৰিকৰী পাৰদৰ্শিতা পদক
প্ৰিয় চাণক্য, তোমাৰ নেতৃত্বত অসমীয়া ৱিকিউদ্ধৃতিৰ কাম যথেষ্ট আগবাঢ়িছে। কাৰিকৰী দিশসমূহত উদ্ধৃতিক দিয়া গতিশীলতাৰ বাবে তোমালৈ এই পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। চন্দন চিৰিং ফুকন বাৰ্তা 08:23, 26 January 2022 (UTC)Reply[reply]
@Chiring chandan: Valar dohaeris! Thank you so much. 😃 -chanakyakdas (talk) 16:09, 26 January 2022 (UTC)Reply[reply]

Semi-protection requestEdit

Hi, can you please consider to semi-protect this talk page, just for a few days? It was targeted by an LTA! Thanks and best regards --Superpes15 (talk) 11:30, 23 February 2022 (UTC)Reply[reply]

Hi, I'm sorry to inform you that I'm not allowed to perform the protection task. Only Administrators can do so. You can ping anyone of them from this list. -chanakyakdas (talk) 12:10, 23 February 2022 (UTC)Reply[reply]
Strangely, the tool I use indicated you as an administrator. I'm really sorry for bothering you, thanks! Superpes15 (talk) 12:14, 23 February 2022 (UTC)Reply[reply]
Perhaps the tool indicated me as a test admin which I really am. -chanakyakdas (talk) 12:28, 23 February 2022 (UTC)Reply[reply]

A barnstar for you!Edit

  প্ৰশাসকৰ পদক
টেষ্ট-ৱিকিৰ প্ৰশাসক হিচাপে ৱিকিউদ্ধৃতিৰ অংকুৰণৰ বাবে তুমি যিমানখিনি কাম সুচাৰুৰূপে কৰিছা তাৰ বাবে ধন্যবাদ দিবলৈ ভাষাৰ অভাৱ। ইয়াৰেই কৃতজ্ঞতাস্বৰূপে তোমালৈ প্ৰশাসকৰ পদক আগবঢ়ালোঁ। চন্দন চিৰিং ফুকন বাৰ্তা 04:09, 28 March 2022 (UTC)Reply[reply]
অশেষ ধন্যবাদ। 🙏🏼 ---chanakyakdas (talk) 11:23, 28 March 2022 (UTC)Reply[reply]

মিঠা ষ্ট্ৰ'বেৰীEdit

  প্ৰিয় ৱিকিসতীৰ্থ, ৱিকিউদ্ধৃতিৰ উত্তৰণৰ বাটত একেলগে আমি বহুদূৰ বাট বুলিলোঁ। আগুৱাবলৈ আছে আৰু বহুদূৰ। এই বিৰামহীন যাত্ৰাপথত সতেজতা আনিবলৈ গোটাচেৰেক মিঠা ষ্ট্ৰ'বেৰী যাচিলোঁ‌। ধন্যবাদেৰে -Chandan Chiring Phukon Chat 19:18, 15 July 2022 (UTC)Reply[reply]
@Chiring chandan: অশেষ ধন্যবাদ দাদা। :) ---chanakyakdas (talk) 03:18, 16 July 2022 (UTC)Reply[reply]

Template:Wq/as/নক্ষত্ৰ পদক

@Chiring chandan: Thanks a million! 😇🙏 ---chanakyakdas (talk) 07:44, 27 July 2022 (UTC)Reply[reply]