Welcome to Wikimedia Incubator!

At the right there are some important links, and here are some tips and info:

  • If you haven't created a user page yet, please create one with for example Babel templates on it.
  • You can select your interface language in your preferences.
  • If you make articles, templates or categories, don't forget to add a prefix!
  • If your knowledge of English is good, you can help with translating pages to other languages you know, so more people can understand them!
  • If you want to translate the interface, please go to Translatewiki.net and follow their instructions.
If you have any questions, feel free to ask them on Incubator:Community Portal.

-- Welcoming Bot 06:37, 2 January 2022 (UTC)Reply

সম্পাদকৰ পদক

edit
  সম্পাদকৰ পদক
শেহতীয়াকৈ অসমীয়া ৱিকিউদ্ধৃতিৰ উত্তৰণৰ বাবে আগবঢ়োৱা বৰঙণিৰ বাবে আপোনালৈ এই পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে --চন্দন চিৰিং ফুকন বাৰ্তা 09:23, 7 January 2022 (UTC)Reply

A barnstar for you!

edit
  The Original Barnstar
প্ৰিয় সতীৰ্থ, ৱিকিউদ্ধৃতিৰ জীৱনদানৰ প্ৰচেষ্টাত অবিৰতভাৱে বৰঙণি আগবঢ়াই অহাৰ বাবে আপোনালৈ এই পদকটি আগবঢ়ালোঁ‌। ধন্যবাদেৰে। -chanakyakdas (talk) 02:43, 26 February 2022 (UTC)Reply
অতিশয় আনন্দিত হৈছোঁ। আপোনালোকৰ উৎসাহ-উদ্দীপনা আৰু দিক্ দৰ্শনৰ বাবে কৃতজ্ঞতা জনাইছোঁ। দীপকজ্যোতি মহন্ত (talk) 17:39, 26 February 2022 (UTC)Reply

অক্লান্ত-কৰ্মী পদক

edit
  অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিউদ্ধৃতিত অবিৰতভাৱে আপুনি আগবঢ়াই অহা মূল্যবান অৱদানৰ বাবে ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক আন্তৰিক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিউদ্ধৃতিৰ সৈতে জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰি যাব। -চন্দন চিৰিং ফুকন বাৰ্তা 04:21, 30 April 2022 (UTC)Reply

ৱিকিউদ্ধৃতিৰ ভোটাতৰা পদক

edit
  ৱিকিউদ্ধৃতিৰ ভোটাতৰা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, অসমীয়া ৱিকিউদ্ধৃতিৰ উত্তৰণৰ বাবে আপুনি আগবঢ়োৱা ধাৰাবাহিক বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে আপোনাক "ৱিকিউদ্ধৃতিৰ ভোটাতৰা পদক" প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিউদ্ধৃতিলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। ধন্যবাদেৰে}} -Chandan Chiring Phukon Chat 15:16, 25 June 2022 (UTC)Reply
অতিশয় আনন্দিত হোৱাৰ লগতে ৱিকিউদ্ধৃতিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ। দীপকজ্যোতি মহন্ত (talk) 16:36, 25 June 2022 (UTC)Reply