“মেঘবালিকাৰ কাব্য” হৈল স্পন্দন অনুৰাগ বৰ্মন-এৰ কাব্য সংকলন।
প্ৰকাশক : পাঞ্চজন্য বুকছ
(বামুণীমৈদাম, গুৱাহাটী - ২১)
প্ৰথম প্ৰকাশ : অক্টোবৰ, ২০২৩
মূল্য : ১০০.০০ টাকা মাত্ৰ
উৎসৰ্গ : মন ভাঙি গেইলে যায় হাৰে না, মন ভাঙি গেইলেও যায় মৰে না
এই গ্ৰন্থৰ পত্তিটা কবিতা উমাৰ।
শ্বেখ হেদায়েতুল্লাহ-এৰ “আগুৰি কথা”য় বইখানত কবিৰ কবিতা সম্পৰ্কে সুন্দৰ বিশ্লেষণ ডাঙিয়া ধইৰছে।
এই কাব্য সংকলনত অন্তৰ্ভুক্ত কৰা কবিতা গুলান হৈল - বৈফাল্গুনীক, এক যে আছিল ভবেশ দা, কথা তোৰ, তনুৰূপা বাই, পাহাৰী ঝর্ণাটাৰ বাদে, ফিৰি আয় আগুণ, বে-আলোৰ পদ্য, বৰ্ষণেৰ গান, দৈনন্দিন অনুৰাগ, দিনশেষত, কৃষ্ণাংগিনীৰ বাদে, কাহয় কথা ৰাখে নাই, স্মৃতি-বিলাস, শৰৎ কইন্যা, ৰকিবুল, মিনি ভাউজী, আনটাইটেল্ড, আনটাইটেল্ড-২, আনটাইটেল্ড-৩, আয়, অভাব, চিলাৰায়, বেউলা, ছাঁয়া-কায়া, চিলাৰায় তোৰ অপেক্ষাত, ঢং কৰিয়ায় ক একদিন, গোটায় ৰাতি মোৰ নিন্দ নাধৰে কবিতা, জাৰেৰ দিনেৰ কবিতা, মেটাম ফছিচ, মৃত্যু-অনুভূতি, নির্ঘুম ৰাইতেৰ কবিতা, অইঠে একটা ঘৰ হব, স্বাধীনতা, নির্ঘুম ৰাইতে মালিতা, অন্যতৰ, হাইকু, দিনশেষেৰ হুলাট, কথোপকথন, কথোপকথন-২, কথোপকথম-৩, মেঘবালিকাৰ গদ্য, আত্মকথন, হাওআ বদল, মেঘ, উটপাটাং, এখান চেয়াৰ, হিমাক্ষীৰ বাদে
কবিৰ অন্যান্য কবিতা :