পাটানী নাপিন্ধা আপী গিলানক মোৰ ভাল নালাগে ණ স্পন্দন অনুৰাগ বৰ্মণ
পাটানী নাপিন্ধা আপী গিলানক মোৰ ভাল নালাগে ।
উমিৰা ঘুমেৰ পাৰি উঠিয়া চোতালত গবৰ চান নেদে
উমিৰা ঘৰত গুষ্টি আসিলে
শুট্কা-সিদল-ছেকা দিয়া ভাত খাবা দিবা লাজ পায় ।
উমিৰা টি.ভি.ত 'পৱিত্ৰ ৰিস্তা' দেখিয়া
অৱসৰ প্ৰাপ্ত বাবা মাওৰ সীমাবদ্ধতাৰ কাথা নাভাবিয়া
কিনিয়া আনে দামী দামী কাঞ্জিভৰম শাৰী
উমিৰা মাও খুৰাই হলাৰ লগত শালভীত ধান কাটিবা নাযায়
উমিৰা কলেজেৰ বন্ধু বান্ধৱী মাখাক
নয়া খাবাৰ বেলা নাডাকায়
'বার্থডে পার্টী' হইলেহে ডাকেয়া আনে ঘৰত
উমিৰা পাটানী নাপিন্ধে
উমাৰ কাৰণে ইগো 'আউট-ডেটেড'
উমিৰা পঞ্চানন বার্মাক চিনিয়া নাপায়
চিলাৰায় উমাৰ কাৰণে মাত্ৰ এক মূর্ত্তি
পুষুনাত উমিৰা আঠকাঢ়াই নাভাজে
আৰো 'পিকনিক' খাবা যায় দূৰাইৰ লাগানি
ভাল ভাত জাগাত
উমিৰা প্ৰাণেৰ আপাগোতক
বিশুৱাত হালধীয়া গামছা উপহাৰ নেদে
বাবা-মাওক সেৱা নাকৰে উৎসৱ পার্বনত
পাটানী নাপিন্ধা আপী গিলানক মোৰ
কেংকে তে ভাল লাগিব ?
কাৰণ উমিৰাতো কামতাপুৰেৰ সপোন নাদেখে ।