Wb/as/ৰোমান সংখ্যা প্ৰণালী/চিহ্ন

আমি সাধাৰণতে হিন্দু-আৰবী সংখ্যা প্ৰণালী ব্যৱহাৰ কৰো- আমি ০,১,২,৩,৪,৫,৬,৭,৮,৯, এই দহোটা চিন ব্যৱহাৰ কৰি সাধাৰণতে সংখ্যা লিখো (পিচে প্ৰয়োজনত i আদি ব্যৱহাৰ কৰা হয়)

ৰোমান সংখ্যা প্ৰণালীৰ নিজা চিন আছে।

সেই চিন কেইটা হ'ল--

I, V, X, L, C, D, M

চিনকেইটাৰ নিৰ্দিষ্ট মূল্য edit

I V X L C D M
১০ ৫০ ১০০ ৫০০ ১০০০