Wb/as/ৰোমান সংখ্যা প্ৰণালী

< Wb‎ | as
Wb > as > ৰোমান সংখ্যা প্ৰণালী

আমি সংখ্যা লিখিবলৈ ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০, ১১ আদি ব্যৱহাৰ কৰো। এই প্ৰণালীক হিন্দু-আৰবী সংখ্যা প্ৰণালী বোলে। এই প্ৰণালীৰ নিজা নিয়ম আছে।

হিন্দু-আৰবী সংখ্যা প্ৰণালীৰ বিষয়ে শিকিবলৈ মন থাকিলে ইয়াত টিপক-- Wb/as/হিন্দু-আৰবী সংখ্যা প্ৰণালী

ঠিক তেনেদৰে আন আন সংখ্যা প্ৰণালীয়ো আছে, যাৰ দ্বাৰা সংখ্যা লিখিব পৰা যায়। বেলেগ বেলেগ সংখ্যা প্ৰণালীৰ বেলেগ বেলেগ নিয়ম আছে। ৰোমান সংখ্যা প্ৰণালীয়ো সংখ্যা লিখা এক প্ৰণালী। এই সংখ্যা প্ৰণালীৰ নিয়ম আমি ব্যৱহাৰ কৰা হিন্দু-আৰবী সংখ্যা প্ৰণালীতকৈ বেলেগ। আহক, এই প্ৰণালীৰ বিষয়ে শিকো।

সূচী edit

১/ চিহ্ন

২/ নিয়ম

৩/ উদাহৰণ

৪/ প্ৰশ্ন