Wb/as/ষ্ট'ন-পে'পাৰ-চিজাৰৰ নিয়ম

< Wb‎ | as
Wb > as > ষ্ট'ন-পে'পাৰ-চিজাৰৰ নিয়ম

ষ্ট'ন পে'পাৰ চিজাৰ বা শিল কাগজ কেচি এটি হাতেৰে খেলা খেল। এই খেলত মুখ্য ভূমিকা ভাগ্যৰ, পিচে পাকৈত খেলুৱৈসকলে অন্য খেলুৱৈৰ অজানিতে সৃষ্ট ক্ৰম অধ্যয়ন কৰি নিজৰ বিজয়ৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

সূচী edit

  1. ওপৰা ওপৰিকৈ
  2. ষ্ট'ন, পে'পাৰ আৰু চিজাৰৰ শক্তি
  3. সম্ভৱ পৰিণাম
  4. এই খেলে লাভ কৰা স্বীকৃতি