দক্ষিণ আমেৰিকা মহাদেশত বিশ্বৰ সবথাকিয়া বৰো বৃষ্টি অৰণ্য আৰ্ বৃহত্তম নদী আমাজন অবস্থিত। এই মহাদেশেৰ অন্তৰ্গত দেশগুলানেৰ ভিতিৰাত আর্জেন্টিনা, বলিভিয়া, ব্রাজিল, চিলি, কলম্বিয়া, ইকুয়েডৰ, ফকলেণ্ড দ্বীপপুঞ্জ, ফৰাচী গায়ানা, গায়ানা, পেৰাগুয়ে, পেৰু, ছুৰিনাম, উৰুগুয়ে, ভেনেজুয়েলা আদি উল্লেখযোগ্য।