এছিয়া পৃথিবীৰ সবচাইতে বৃহৎ আৰ্ সবচাইতে জনবহুল মহাদেশ, প্রাথমিকভাবে এই মহাদেশ পূব আৰ্ উত্তৰ গোলার্ধত অবস্থিত। এছিয়া মহাদেশত আনুমানিক ৪৩০ কোটি মানুষ বসবাস কৰে।

অঞ্চল
edit- মধ্য এছিয়া : কাজাখস্তান, কিৰগিজস্তান, তাজিকিস্তান, তুৰ্কমেনিস্তান, উজবেকিস্তান
- পূব এছিয়া : চীন, হংকং, জাপান, মেকাও, মঙ্গোলিয়া, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া, টাইৱান
- মধ্যপ্ৰাচ্য : বাহৰেইন, ইৰান, ইৰাক, ইজৰাইল, জৰ্ডান, কুৱেইট, লেবানন, ওমান, ফিলিস্তাইন, কাটাৰ, ছৌদি আৰব, ছিৰিয়া, সংযুক্ত আৰব আমিৰাত, য়েমেন
- ৰাছিয়া আৰ ককেছাছ : আবখাজিয়া, আজাৰবাইজান, আৰ্মেনিয়া, জৰ্জিয়া, ছাইবেৰিয়া, নাগোৰ্ণো-কাৰাবাখ, দক্ষিণ ওছেটিয়া
- দক্ষিণ এছিয়া : আফগানিস্তান, বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান, শ্ৰীলংকা
- দক্ষিণ-পূব এছিয়া : ব্রুনেই, কম্বোডিয়া, পূব তিমৰ, ইন্দোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইন, ছিংগাপুৰ, থাইলেণ্ড, ভিয়েটনাম
শহৰ
editভাষা
editএছিয়া বিভিন্ন ভাষাৰ আবাস। ইন্দোনেছিয়াত ৬০০-ৰো অধিক ভাষা প্ৰচলিত। ৮০০-ৰো অধিক ভাষা ভাৰতত প্রচলিত।