আফ্রিকা মহাদেশ আয়তন আৰ্ জনসংখ্যা উভয় দিশতে বিশ্বৰ ২য় বৃহত্তম মহাদেশ। আফ্রিকা মহাদেশত ৫৪খান দেশ আছে।
আফ্ৰিকা মহাদেশেৰ উল্লেখযোগ্য শহৰ:
- আক্ৰা — ঘানাৰ ৰাজধানী।
- আদিছ আবাবা — ইথিওপিয়াৰ ৰাজধানী আৰ্ আফ্ৰিকাৰ অন্যতম কচমোপলিটান শহৰ।
- কায়ৰো — ইজিপ্তেৰ ঐতিহাসিক ৰাজধানী আৰ্ প্ৰাচীন ইজিপ্তেৰ প্ৰবেশদ্বাৰ।
- কেপ টাউন — দক্ষিণ আফ্ৰিকাৰ শহৰ যেঠেই টেবুল মাউণ্টেন অবস্থিত।
- ডাকাৰ — ছেনেগালেৰ ৰাজধানী।
- জোহান্সবাৰ্গ — দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ শহৰ।
- লুয়াণ্ডা — এংগোলাৰ ৰাজধানী।
- মাৰাকেছ — প্ৰাচীন আৰ্ আধুনিক মৰক্কোৰ মিশ্ৰণ।
- নাইৰোবি — কেনিয়াৰ ৰাজধানী।