Wt/as/লাজ দে

< Wt‎ | as
Wt > as > লাজ দে

অৰ্থ edit

(সকৰ্মক ক্ৰিয়া) কথা বা কামেৰে লাজত পেলা ।

উচ্চাৰণ edit

laj de

সমাৰ্থক শব্দ edit

  1. ছাই-মুৱা কৰ
  2. চন্দুৱালি
  3. ধক
  4. বৈলক্ষণ্য
  5. বৈলখ
  6. বৈলখ্ব্
  7. ৰীড়া

অন্য ভাষাত edit