Wt/as/পুৰুষ

< Wt | as
Wt > as > পুৰুষ

অৰ্থ

edit

বিশেষ্য

edit
  1. মানৱ জাতিৰ দুই লিংগৰ প্রাণীৰ ভিতৰত শুক্রধাৰী সকল।
  2. নৰ।
  3. পূৰ্বজ, পুৰ্বজসকল।
  4. মতা মানুহ।
  5. চেষ্টা।
  6. সাহসী মানুহ।
  7. ব্যক্তি।

জাতিবাচক বিশেষ্য

edit

মানৱ জাতি

সমাৰ্থ শব্দ

edit

মানুহ, মানৱ, মানৱ জাতি, মনুষ্য, নৃ, নৰ-নাৰী,

অন্য ভাষাত

edit