অৰ্থ
edit- যিমান প্ৰয়োজন তাতকৈ সংখ্যাত বা পৰিমাণত হ্ৰাস হোৱা
- শক্তি, গাঢ়তা বা প্ৰাৱল্য হ্ৰাস হোৱা
উচ্চাৰণ
editKom ho
সমাৰ্থক শব্দ
edit- নোজোৰা হ (no'.jo'.ra ho)
- নাটনি হ (na.to.ni ho)
- অভাৱ হ (o.bhab ho)
- অনাটন হ (o.na.ton ho)
- তাকৰীয়া হ (takoriya ho)
- নাট্ (nat)
- নোজোৰ্(no`.jo`r)
- ঘাট্ (ghat)
অন্য ভাষাত
edit- ইংৰাজী:Scare,Inadequate,Deficit