Wt/as/অসমীয়া

< Wt‎ | as
Wt > as > অসমীয়া
'অসমীয়া'ৰ অৰ্থ আৰু সংজ্ঞা

উচ্চাৰণ
/oxomia/
অৰ্থ
অসমীয়াত ১. অসম ৰাজ্যৰ জনতা,
২. অসমৰ এটা প্ৰধান ভাষা
ইংৰাজীত 1. Related to the people of Assam
2. A language of Assam
হিন্দীত १. असम के बासिन्दा
२. एक भाषा
সমাৰ্থক শব্দ
অসমীয়াত অসমীয়া
ইংৰাজীত Assamese
হিন্দীত असमीया, आसामीज
বিপৰীত শব্দ
অসমীয়াত অনাঅসমীয়া
ইংৰাজীত Non-Assamese
টেগ বাক্য
Meaning of Assamese,
Assamese defination,
Assamese meaning in English,
Assamese meaning in Hindi,
Assamese meaning in Assamese,
অসমীয়া, অসমীয়াৰ অৰ্থ।

← অসাৰ অসম