ভাৰতেৰ স্বাধীনতা আন্দোলন
edit
কৰেক নাহৈলে মৰেক।
বন্দে মাতৰম।
বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়
স্বৰাজ মোৰ জন্মগত অধিকাৰ, আৰ এইটাক মুঁই নিয়াসেই ছাড়িম!
তুই মোক ৰক্ত দে, মুঁই তোক স্বাধীনতা দিম।
ইনক্লাব জিন্দাবাদ।
সত্যমেব জয়তে।
ভাল দিন আসিয়া আছে।
খেলা হইবে।
মা মাটি মানুষ।
আহ ঐ আহ, ওলাই আহ[ 2]
অসম আন্দোলনত সাধাৰণ ৰাইজক যোগ দেওয়াৰ জৈন্যে কৰা আহ্বান
নাঙল যাৰ মাটি তাৰ
পশ্চিম বংগত বামপন্থীৰ শ্লোগান
মা, মাটি, মানুষ
তৃণমূল কংগ্ৰেছ দলেৰ মূলমন্ত্ৰ
সগাৰে সাথত সগাৰে বিকাশ (সবকা সাথ সবকা বিকাশ)
অসম আন্দোলনৰ সময়ৰ শ্লোগান
edit
এই জুই জ্বলিছে, জ্বলিছে, জ্বলিব। এই সংগ্ৰাম চলিছে, চলিব[ 3] (অসমেৰ ২০১৯ চনেৰ “কা বিৰোধী আন্দোলন’’ত ব্যবহৃত শ্লোগান)
খেদ ঐ খেদ, বিদেশী খেদ[ 3]
আছে হেংডাং লোৱা নাই, ল'লে কিন্তু ৰক্ষা নাই[ 3]
কা আমাক নালাগে[ 4] (অসমেৰ ২০১৯ চনেৰ “কা বিৰোধী আন্দোলন’’ত ব্যবহৃত শ্লোগান)
জয় আই অসম[ 5] (অসমত ব্যবহৃত জাতীয়তাবাদী শ্লোগান)
দেশ বুলিলে নালাগে আদেশ৷
এংকে হলি কেংকে হ’ব, ৫১ চন মানবা লাগবো৷
জয় জোআন, জয় কিসান।
জয় জোআন, জয় কিসান, জয় বিজ্ঞান।
দেশেৰ থাকিয়া মামা বড়ো নাহয়। (দেশতকৈ মোমাই ডাঙৰ নহয়৷)
জয় হিন্দ
ভাৰতীয় সেনাৰ সম্বোধনসূচক উক্তি।
স্বচ্ছতাৰ দিশত একপাও
ভাৰতেৰ স্বাদ (The taste of India)
আমূল প্ৰতিষ্ঠানৰ শীৰ্ষ উক্তি
সগায় পড়ি, সগায় আগাই।
প্ৰত্যেকখান বিদ্যালয় সুন্দৰ হবো, প্ৰত্যেকটা শিশু বিদ্যালয়ত যাবো।
স্বচ্ছতাই সেবা
জয় গুৰু শংকৰ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলমন্ত্ৰ (motto)
চিৰ চেনেহী মোৰ ভাষা জননী
কন্যাক সুৰক্ষিত কৰেক, কন্যাক শিক্ষিত কৰেক (বেটী বাচাও, বেটী পঢ়াও)
এন ডি এ সৰকাৰেৰ জনকল্যাণমূলক আঁচনিৰ শ্লোগান