৬ জানুআৰী
জন্ম
edit- ১৮৮৩ - খলিল জিব্ৰান, লেবাননত জন্মগ্ৰহণ কৰা বিখ্যাত আমেৰিকান লেখক।
- ১৯২৮ - বিজয় টেণ্ডুলকাৰ, ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ আৰ ধাৰাবাহিক লেখক, সাহিত্যিক, ৰাজনৈতিক সংবাদকৰ্মী।
- ১৯৫৫ - ৰৱান এটকিনচন, 'মিষ্টাৰ বিন'খ্যাত ইংৰাজ অভিনেতা, কমেডিয়ান আৰ লেখক।
- ১৯৫৯ - কপিল দেব, ভাৰতীয় ক্ৰিকেট দলেৰ প্ৰাক্তন অধিনায়ক।
- ১৯৬৭ - এ. আৰ. ৰহমান, অস্কাৰ পুৰস্কাৰ বিজয়ী ভাৰতীয় সংগীত পৰিচালক।
মৃত্যু
edit- ১৮৫২ - লুইছ ব্ৰেইল, অন্ধ মানুষেৰ শিক্ষা পদ্ধতিৰ আবিষ্কাৰক।