Wp/rkt/৪ ফেব্ৰুআৰী

< Wp‎ | rkt
Wp > rkt > ৪ ফেব্ৰুআৰী
           ৪ ফেব্ৰুআৰী

ঘটনা edit

  • ১৭৮৯ - জৰ্জ ৱাশ্বিংটন যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোছিল।
  • ১৯০৪ - ৰুচ-জাপানৰ যুদ্ধ আৰম্ভ হোছিল।
  • ১৯৪৮ - সিংহল অৰ্থাৎ শ্ৰীলংকা স্বাধীন হোছিল।
  • ২০০৪ - ফেচবুকেৰ আনুষ্ঠানিক জন্মদিন।

জন্ম edit

  • ১৯২২ - ভীমসেন যোশী, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী।
  • ১৯৩৮ - বিৰজু মহাৰাজ, ভাৰতৰ কথক নৃত্যৰ লক্ষ্ণৌ কালকা-বিন্দাদিন ঘৰানাৰ মুখ্য শিল্পী।
  • ১৯৭৪ - উৰ্মিলা মাটোণ্ডকাৰ, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু edit

  • ১৯৭৪ - সত্যেন্দ্ৰনাথ বসু, ভাৰতীয় গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী।
  • ১৯৯০ - মৈত্ৰেয়ী দেৱী, ভাৰতীয় সাহিত্যিক।

দিৱস edit

  • বিশ্ব কৰ্কট ৰোগ দিৱস
  • স্বাধীনতা দিৱস (শ্ৰীলংকা)।