- ৬৩০ - হজৰত মহম্মদ-এ মক্কা পৰ্যন্ত যাত্ৰা আৰম্ভ কৰে।
- ১৭৮৯ - কলকাতা-লণ্ডনেৰ মাজত ডাক যোগাযোগ ব্যবস্থা আৰম্ভ হয়।
- ১৮০৯ - কলকাতা স্থিত বেংক অফ কেলকাতাৰ নাম পৰিবৰ্তন কৰিয়া নেয়া নাম বেঙ্গল বেংক ৰাখা হয়।
- ১৮২৪ - কলকাতাত সংস্কৃত কলেজ স্থাপিত হয়।
- ১৯৫৯ - ফিডেল কাষ্ট্ৰ'ৰ নেতৃত্বত কিউবাত বিপ্লব আৰম্ভ হয়।
- ১৯৬১ - ভাৰতীয় সাৰ নিগম প্ৰতিষ্ঠা কৰা হয়।
- ১৮৯৪ - সত্যেন্দ্ৰনাথ বসু, একজন ভাৰতীয় গণিতজ্ঞ আৰ বিজ্ঞানী আছিল। মৃত্যু ৪ ফেব্ৰুৱাৰী, ১৯৭৪।
- ১৯১৪ - শৰৎ চন্দ্ৰ সিংহ, একজন ভাৰতীয় ৰাজনীতিবিদ আৰ অসমেৰ পঞ্চমজন মুখ্যমন্ত্ৰী আছিল। মৃত্যু ২৫ ডিচেম্বৰ, ২০০৫।
- ১৯৫১ - নানা পাটেকৰ, ভাৰতীয় অভিনেতা।
- ১৯৫৯ - শোভা মোদগল, ভাৰতীয় ধ্ৰুপদী সংগীত শিল্পী।
- ১৯৬১ - এন. বিৰেন সিং (নংথমবাম বিৰেন সিং), ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন ফুটবল প্লেয়াৰ, সাংবাদিক তথা মণিপুৰেৰ মুখ্যমন্ত্ৰী।
- ১৯৭৫ - সোণালী বেন্দ্ৰে, ভাৰতীয় অভিনেত্ৰী।
- ১৯৭৮ - বিদ্যা বালান, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৮ - গীতাঞ্জলি থাপা, ভাৰতীয় অভিনেত্ৰী।
- ১৮৮৬ - নাথান ব্ৰাউন, আমেৰিকান বেপ্তিষ্ট মিছনেৰী, আমেৰিকাৰ দাসপ্ৰথা বিৰোধক আৰ অনুবাদক।
- নৱবৰ্ষ (গ্ৰেগৰিয়ান বৰ্ষপঞ্জী)
- হিন্দু কল্পতৰু উৎসৱ, দক্ষিণেশ্বৰ কালীবাড়ি, বেলুড় মঠ, ৰামকৃষ্ণ মিচন আৰো অন্যান্য শাখাকেন্দ্ৰত উদযাপন কৰা হয়।
- স্বাধীনতা দিবস (ব্ৰুনেই, কেমেৰুণ, হাইটি আৰ চুডান)।