১৭ জানুআৰী
জন্ম edit
- ১৯৪৫ - জাভেদ আখতাৰ, বলিউডৰ প্ৰসিদ্ধ গীতিকাৰ।
মৃত্যু edit
- ১৯৫১ - জ্যোতিপ্ৰসাদ আগৰৱালা, অসমীয়া সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক।
- ২০১০ - জ্যোতি বসু, আগশাৰী কমিউনিষ্ট নেতা তথা পশ্চিম বংগেৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ২০১৪ - সুচিত্ৰা সেন, ভাৰতীয় অভিনেত্ৰী।
দিবস edit