বিপৰীতে অৰ্থ প্ৰকাশ কৰা শব্দক বিপৰীত শব্দ বোলে।
তলত কিছুগুলান বিপৰীত শব্দ দেওয়া হৈল -
মূূলশব্দ:বিপৰীত শব্দ
- অণু:বৃহৎ
- অভ্যাস:অনভ্যাস
- অসভ্য:সভ্য
- আকাশ:পাতাল
- আদান:প্ৰদান
- আদি:অন্ত
- ইহকাল:পৰকাল
- অনুৰাগ:বিৰাগ
- আপোন:পৰ
- আৰম্ভ:শেষ
- আসামী:ফৰিয়াদী
- আপদ:নিৰাপদ(সম্পদ)
- আদৰ:অনাদৰ
- আশা:নিৰাশা
- ইষ্ট:অনিষ্ট
- ইচ্ছা:অনিচ্ছা
- ইহলোক:পৰলোক
- উচ্চ:নীচ
- উন্নতি:অবনতি
- উন্নত:অনুন্নত
- উপৰ:তল
- ভয়:অভয় ,নিৰ্ভয়,সাহস
- জয়:পৰাজয়
- জন্ম:মৃত্যু
- জাৰ:গৰম
- আনন্দ:নিৰানন্দ
- গাঁও:নগৰ
- ছটো:বৰো
- টান:ঢিলা
- নগদ:বাকী
- পাপ:পুণ্য
- প্ৰচুৰ:অল্প
- বাদী:বিবাদী
- মিঠা:তিতা
- যশ:অপযশ
- ৰাজা:প্ৰজা
- লাম্বা:খাটা
- হৰণ:পূৰণ