বছৰ বুলিয়া কৈলে সাধাৰণতে সূৰ্যৰ কক্ষপথত পৃথিবীয়ে প্ৰদক্ষিণ কৰা নিৰ্দিষ্ট সময়কে বুজুআ হয়। একবছৰত সাধাৰণতে ৩৬৫ দিন থাকে, কিন্তু অধিবৰ্ষত থাকে ৩৬৬ দিন।
ইতিহাসেৰ পাতাত বিভিন্ন বছৰ (ইংলিশ চন হিসাবে)
- ত্ৰয়োদশ শতিকা (১২০০-১২৯৯)
- চতুৰ্দশ শতিকা (১৩০০-১৩৯৯)
- পঞ্চদশ শতিকা (১৪০০-১৪৯৯)
- ষষ্ঠদশ শতিকা (১৫০০-১৫৯৯)
- সপ্তদশ শতিকা (১৬০০-১৬৯৯)
- অষ্টাদশ শতিকা (১৭০০-১৭৯৯)
- উনবিংশ শতিকা (১৮০০-১৮৯৯)
- বিংশ শতিকা (১৯০০-১৯৯৯)
- একবিংশ শতিকা (২০০০-২০৯৯)