ছাঁয়া
নিজেৰ ছাঁয়াটাকে আজিকালি প্ৰায়েয় ভুল কৰুং তুই বুলিয়া আলোত
অথচ ভুল নাহয় আন্ধাৰত ঐটা যে ছাঁয়া নিঃসংগতাৰ ।
মূল: জয়জিৎ ডেকা (মূল অসমীয়া কবিতা: "ছাঁ")
ৰাওবদল: কন্দর্পজিৎ কল্লোল
শ্ৰেণী:ৰাওবদল কবিতা