Wn/as/হাইলাকান্দি সীমান্তত পাহাৰ কাটি পথ নিৰ্মাণ মিজোৰ

< Wn‎ | as
Wn > as > হাইলাকান্দি সীমান্তত পাহাৰ কাটি পথ নিৰ্মাণ মিজোৰ

দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা বিবাদ মৰিষণৰ হকে প্ৰদক্ষেপ অব্যাহত থকাৰ মাজতে চুবুৰীয়া ৰাজ্যৰ একাংশ লোকৰ অগ্ৰাসী কাৰ্যকলাপ ক্ৰমাৎ বৃদ্ধি পাইছে। শেহতীয়াকৈ অসমৰ ধেমাজি জিলাৰ পানবাৰীত দুজনকৈ নিৰীহ লোক অৰুণাচলী দুৰ্বৃত্তৰ গুলিত নিহত হৈছিল। সেয়া মাৰ নৌযাওতেই এইবাৰ হাইলাকান্দি সীমান্তত গুলিয়া-গুলিৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল।