সোমবাৰে পাকিস্তানী সেনাই ৭ বছৰত প্ৰথম বাৰৰ বাবে গণতন্ত্ৰ দিবসৰ পেৰেড কৰে। পেৰেডটোত পতাকা লৰোৱা, আৰু বায়ুত সামৰিক পাৰদৰ্শিতা দেখুৱা হ'ল, কেইমাহমান আগৰ তালিবান আক্ৰমণকাৰীক পৰাস্ত কৰাৰ চৈহ্নিক ৰূপ হিচাপে।
৩১ বন্দুকৰ গান ডাউন চেলুটৰ সৈতে সম্পূৰ্ণ পেৰেডটো কটকটীয়া নিৰাপত্তাৰ মাজত কৰা হৈছিল। চেল ফ'ন নেটৱৰ্ক সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছিল, যিহেতু প্ৰায়বোৰ আতংকবাদী সংগঠনে ম'বাইলেৰে বিস্ফোৰণ ঘটায়।
২০০৮ত সেনা আৰু পাকিস্তানী তালিবানৰ কাজিয়াৰ পিছৰ পৰা পেৰেড কৰা হোৱা নাছিল।