সমাজ কৰ্মী আন্না হাজাৰেই সোমবাৰে কানাডাৰ কোনো অচিনাকি ফোনকৰ্তাৰ পৰা মৃত্যুৰ ভাবুকি পোৱাৰ কথা দাবী কৰে।
"গডচেই গান্ধীজীক হত্যা কৰাৰ দৰে তোমাকো মাৰিম বুলি কৈছিলে" তেওঁ কয়।
সেই দিনাই আগৰডোখৰত আন্নাই নৰেন্দ্ৰ মোডীক ভূমি অধিগ্ৰহণ বিলৰ বাবে সমালোচনা কৰিছিল।