Wb/as/ৰন্ধনপ্ৰণালী:১-২-৩-৪ কে'ক

< Wb | as
Wb > as > ৰন্ধনপ্ৰণালী:১-২-৩-৪ কে'ক
ই এক ৰন্ধনপ্ৰণালী। এই ৰন্ধনপ্ৰণালী অসমীয়া ৱিকিগ্ৰন্থৰ ৰন্ধনপ্ৰণালী সংগ্ৰহৰ অন্তৰ্গত। আন আন ৰন্ধনপ্ৰণালী চাবলৈ ইয়াত টিপক

১-২-৩-৪ কে'ক এটি সাধাৰণ হালধীয়া কে'ক।

সামগ্ৰী

edit
  • ২৪০ মিলিলিটাৰ বাটাৰ
  • ১ পিয়লা গাখীৰ
  • ২ পিয়লা চেনি
  • ৩ পিয়লা আটা
  • ৩ চাহৰ চামুচ বেকিং পাউডাৰ
  • ৩ চিকুট্ নিমখ
  • ৪ টা কণী

বিধি (থুলমুল)

edit
  1. অ'ভেন ১৭৫ ডিগ্ৰী চেল্সিয়াচ (৩৫০ ডিগ্ৰী ফেৰেন্হাইট)লৈ গৰম কৰক
  2. বাটাৰ আৰু চেনি কপাহৰ দৰে নোহোৱালৈকে সৰ কৰক
  3. কণী দিয়ক
  4. লাহেকৈ শুকান সামগ্ৰীসমূহ চালক, অলপ অলপ গাখীৰ দি লৰাই।
  5. গ্ৰীজ আৰু আটা থকা বেকিং পেন এখনলৈ লৈ যাওক
  6. স্কিৱাৰে সৰু সৰু কোমল টুকুৰা দেখাবলৈ বন্ধ নকৰালৈকে ১৭৫ ডিগ্ৰী চেল্সিয়াচত বে'ক কৰক

বিধি (বহলকৈ)

edit

তৈয়াৰ কৰা

edit

দৰকাৰী সামগ্ৰী:

বিধি

edit

অন্য ছবি

edit

Wikibooks:ar:كتاب_الطبخ/كعكة-1-2-3-4 Wikibooks:en:Cookbook:1-2-3-4 Cake