Wb/as/ৰন্ধনপ্ৰণালী:মছলাযুক্ত চিকেন কেছাৰ'ল

< Wb‎ | as
Wb > as > ৰন্ধনপ্ৰণালী:মছলাযুক্ত চিকেন কেছাৰ'ল
পৃষ্ঠাখন বৰ্তমান লিখা সম্পূৰ্ণ হোৱা নাই।

মছলাযুক্ত চিকেন কেছাৰ'ল বা স্পাইছী চিকেন কেছাৰ'ল (Spicy Chicken Casserole) এটি কেছৰ'ল, অৰ্থাৎ অ'ভেনত লাহেকৈ জুলীয়া মাংস আৰু শাক আদিৰে ৰন্ধা ব্যঞ্জন।

সামগ্ৰী edit

  • ১ এক পেক মাকৈৰ টৰ্টিলা
  • ১ ২৮.৫x১২ গ্ৰাম কেনৰ জলকীয়া
  • ১ ২৮৫ গ্ৰাম কেনৰ কণ্ডেন্সড চিকেন চুপৰ ক্ৰীম
  • ১ ২৮৫ গ্ৰাম কেনৰ কণ্ডেন্সড চেলাৰী চুপৰ ক্ৰীম
  • ৮ ৮x২৮.৫ গ্ৰাম চেডাৰ চীজ