ভূগোল সম্বন্ধীয় এই কিতাপখন প্ৰাক-বিশ্ববিদ্যালয় পৰ্যায়ৰ তথা বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে নিজৰ ভৌগোলিক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বিচৰা প্ৰাপ্তবয়স্কসকলৰ বাবে৷