Wb/as/সহজ নেওতা/১

১ৰ নেওতা অতি সহজ!!

মাথো মনত ৰাখিব লাগিব যে ১ সদায় হাৰে। ১ৰ লগত যিয়ে পুৰণ কৰা নহওক কিয়, উত্তৰত সেই অংকই পোৱা যায়!!

যেনে, ১ * ৫ = ৫, ১ * ৯ = ৯ আদি।

এতিয়া কোৱা, ১ৰ লগত ৮ পুৰণ কৰিলে কিমান ওলাব?? ১ সদায় হাৰে, সেয়ে ৮ পুৰণ কৰিলে ৮ ওলাব!

১ৰ লগত ৪ পুৰণ কৰিলে কি ওলাব?? ৪

১ৰ লগত ২ পুৰণ কৰিলে কি ওলাব?? ২

নেওতাখন চালে বুজি পোৱা যাব

১ * ১ = ১
১ * ২ = ২২ৰ লগত পুৰণ কৰিলে ২ ওলাব
১ * ৩ = ৩৩ৰ লগত পুৰণ কৰিলে ৩ ওলাব
১ * ৪ = ৪৪ৰ লগত পুৰণ কৰিলে ৪ ওলাব
১ * ৫ = ৫৫ৰ লগত পুৰণ কৰিলে ৫ ওলাব
১ * ৬ = ৬৬ৰ লগত পুৰণ কৰিলে ৬ ওলাব
১ * ৭ = ৭৭ৰ লগত পুৰণ কৰিলে ৭ ওলাব
১ * ৮ = ৮২ৰ লগত পুৰণ কৰিলে ৮ ওলাব
১ * ৯ = ৯৯ৰ লগত পুৰণ কৰিলে ৯ ওলাব
১ * ১০ = ১০১০ৰ লগত পুৰণ কৰিলে ১০ ওলাব

এই কিটিপ সকলোতে ব্যৱহাৰ কৰিব পাৰি।

১ * ১৭৮৩ = ১৭৮৩

১ * ২৩.৫৫ = ২৩.৫৫ আদি।