Wb/as/ভাৰতৰ ভাষাসমূহ (ৱিকিঅনুজ)/অসমীয়া

এই পৃষ্ঠা সম্পূৰ্ণকৈ লিখা হোৱা নাই।
অসমীয়া
অসমীয়া ভাষাত এটি কবিতা
অ' ফুল অ' ফুল নুফুল কিয়? গৰুৱে যে আগ খায়, মইনো ফুলিম কিয়? অ' গৰু অ' গৰু, আগ খাৱ কিয়? গৰখীয়াই যে মোক নৰখে, মইনো নাখাম কিয়? অ' গৰখীয়া অ' গৰখীয়া গৰু নৰখ কিয়?
উদাহৰণ