Wb/as/পৰমাণু (ৱিকিঅনুজ)/উত্তৰ

  1. কাৰণ, সেই কথা প্ৰমাণিত নাছিল।
  2. কত্যয়মে মহাঋষি কনডৰ কথা বুজাই কৈছিল যে সাধাৰণতে পৰমাণু এটাই আনটোৰ লগত জোড়া খায় থাকে, যাৰ বাবে বিভিন্ন বস্তুৰ সৃষ্টি হয়।
  3. নহয়। কেৱল মৌলৰ আটাইতকৈ সৰু, বিশেষত্ব ৰক্ষা কৰা ভাগকহে পৰমাণু বোলে। পানীৰ তেনে ভাগ হ'ল মলিকিউল। যদি সেই মলিকিউল ভঙা হয়, তেতিয়াহে পৰমাণু প্ৰাপ্ত হ'ব। কিন্তু সেই পৰমাণু পানীৰ নহয়, কাৰণ সেই পৰমাণুত পানীৰ বিশেষত্ব নাথাকিব। সেই পৰমাণু হাইড্ৰজেন আৰু অক্সিজেনৰ।
  4. কাৰণ, পৰমাণুত নিগেটিভ ইলেক্ট্ৰনৰ সৈতে পজিটিভ প্ৰটনো থাকে, আৰু নিউট্ৰেল অৱস্থাত দুয়ো সমানে থাকে।