Wb/as/পূৰণ/৯তকৈ ডাঙৰ সংখ্যা পূৰণ কৰা

< Wb‎ | as‎ | পূৰণ
Wb > as > পূৰণ > ৯তকৈ ডাঙৰ সংখ্যা পূৰণ কৰা

৯তকৈ ডাণৰ সংখ্যা, যেনে ১২, ৩৯, ৪৬, ১২৩, ১০২৫, ২৪২৬৪ আদি পূৰণ কৰা অতি সহজ!

তেনে কৰিবলৈ প্ৰথমে একক স্থানত থকা সংখ্যাকেইটা পূৰণ কৰিব লাগিব, তাৰ পিছত দশক স্থানত....

উদাহৰণেৰে বুজিবলৈ সহজ হ'ব।

উদাহৰণৰ বাবে, আমি ৩২ক ৭৪ৰেৰে পূৰণ কৰিম।

তাৰ বাবে সংখ্যাকেইটাক এনেদৰে সজাব লাগিব--

প্ৰথমে একক স্থানত থকা সংখ্যাকেইটা পূৰণ কৰিব লাগিব। অৰ্থাৎ ২ x ৪ = ৮।

তাৰ পিছত দশক স্থানত থকা সংখ্যাকেইটা, অৰ্থাৎ ৩ x ৭ = ২১।

২১

অৰ্থাৎ ৩২ x ৭৪ = ২১৮

অভ্যাস edit

১/ পূৰণ কৰক--

  • ৩২ x ২১
  • ৮৩ x ৪৩
  • ২২ x ৪৪
  • ২২ x ২২
  • ৩৩ x ৭২

এইবাৰ পূৰণ কৰক-- ৭৬ x ২৩

উত্তৰ চাঁও আহক--

১৫৮। কিন্তু কেনেকৈ??

যোগ কৰাৰ দৰেই, যদি কোনো সংখ্যাৰ গুণণফল ১০তকৈ অধিক, তেন্তে গুণণফলৰ একক স্থানত থকা সংখ্যাটো লিখি, দশক স্থানত থকা সংখ্যাটো তাৰ পিছৰ সংখ্যাকেইটাৰ গুণণফলৰ লগত যোগ কৰা হয়।

এই উদাহৰণত কি হ'ল--

৬ x ৩ = ১৮, ৮ লিখিব লাগিব, ১ মনত ৰাখিব লাগিব

৭ x ২ = ১৪, তাৰ পিছত ১ যোগ কৰিব লাগিব, ১৪ + ১ = ১৫।

সেয়ে উত্তৰ ১৫৮।

৭x২=১৪ ৬x৩=১৮
১৪+১
১৫