Wb/as/পূৰণ/১ৰ পৰা ৯লৈ সংখ্যা পূৰণ কৰা

< Wb‎ | as‎ | পূৰণ
Wb > as > পূৰণ > ১ৰ পৰা ৯লৈ সংখ্যা পূৰণ কৰা

১ৰ পৰা ৯লৈ সংখ্যা পূৰণ কৰিবলৈ এটি সংখ্যা আনটো সংখ্যাৰ লগত পূৰণ কৰিলে প্ৰথমটো সংখ্যা দ্বিতীয়টো সংখ্যাৰ সমানবাৰ যোগ কৰিব লাগিব।

যেনে ২ x ৩ কৰিবলৈ ২ক ৩বাৰ যোগ কৰিব লাগিব।

২ x ৩ = ২ + ২ + ২ =
৩ x ৪ = ৩ + ৩ + ৩ + ৩ = ১২