পূৰণ বাৰে বাৰে একে সংখ্যাক যোগ কৰা বুলি ক'ব পাৰি। পূৰণৰ চিন x।
যদি ২ x ৩ লিখা হয়, তাৰ অৰ্থ ২ক তিনিবাৰ যোগ কৰিব লাগে। অৰ্থাৎ ২ x ৩ আৰু ২ + ২ + ২ সমান।
২ x ৩ = ২ + ২ + ২ = ৬।
ঠিক তেনেদৰে, ৩ x ৫ = ৩ + ৩ + ৩ + ৩ + ৩ = ১৫।