Wb/as/পূৰণ/পূৰণ কি

< Wb‎ | as‎ | পূৰণ
Wb > as > পূৰণ > পূৰণ কি

পূৰণ বাৰে বাৰে একে সংখ্যাক যোগ কৰা বুলি ক'ব পাৰি। পূৰণৰ চিন x।

যদি ২ x ৩ লিখা হয়, তাৰ অৰ্থ ২ক তিনিবাৰ যোগ কৰিব লাগে। অৰ্থাৎ ২ x ৩ আৰু ২ + ২ + ২ সমান।

২ x ৩ = ২ + ২ + ২ = ৬।

ঠিক তেনেদৰে, ৩ x ৫ = ৩ + ৩ + ৩ + ৩ + ৩ = ১৫।