Wb/as/তবলাৰ বোল

< Wb‎ | as
Wb > as > তবলাৰ বোল

তবলা এক ভাৰতীয় বাদ্যযন্ত্ৰ। ভাৰতত মধ্যযুগৰ শেষৰ ফালে আৰু আধুনিক যুগৰ আৰম্ভণিৰেপৰা এই বাদ্য জনপ্ৰিয় হৈ পৰিল। তবলা এক অৱনদ্ধ বাদ্য। ইয়াৰ মুখ ছালেৰে ঢকা। তবলাৰ দুটা ভাগ, দায়া আৰু বায়া।

তবলাৰ বোলসমূহ দায়াত বজোৱা হয়, অথবা বায়াত বজোৱা হয়। কিছুমান বোল উভয়তে একেলগে আঘাট কৰি বজোৱা হয়।

এই গ্ৰন্থত তবলাৰ বোল কি, কেনে, কেইটা, কেনেকৈ বজোৱা হয় আদি বিষয়ৰ জ্ঞান উপলব্ধ কৰোৱা হ'ল।

সূচী edit

১/ বোল কি

২/ তবলাৰ মুখ্য বোল সমূহ

৩/ তে বা তি

৪/ ৰে বা টে

৫/ তা বা না

৬/ তিন বা তী

৭/ তুন বা তু

৮/ দিন্ ববা থুন্

৯/ কে, কি বা কৎ

১০/ গ, গে বা ঘে

১১/ ধা

১২/ ধিন বা ধী

১৩/ তেৰেকেটে বা তিৰকিট