Wb/as/তবলাৰ তিনতাল/তিনতালৰ কায়দা

Wb > as > তবলাৰ তিনতাল > তিনতালৰ কায়দা

কায়দা কি? edit

কায়দা হ'ল এক সুনিৰ্দিষ্ট, ছন্দোবদ্ধ বোলৰ সমষ্টি, য'ত তালৰ বিভাগ, মাত্ৰা, সম্, তালি, খালি আদি সলনি কৰা নহয়। তলত তিনতালৰ কেইটামান কায়দা, পাল্টা বা বিস্তাৰৰ সৈতে দিয়া হ'ল--

কায়দা ১ edit

এগুণ edit

ধা ধা তে টে
x
ধা ধা তু না
তা তা তে টে
ধা ধা তু না

দুগুণ edit

ধাধা তেটে ধাধা তুনা
x
তাতা তেটে ধাধা তুনা
ধাধা তেটে ধাধা তুনা
তাতা তেটে ধাধা তুনা