Wb/as/এখন সাধাৰণ ৱে'বপে'জ বনাবলৈ শিকক/এইচ টি এম এল কি

এইচ টি এম এল এটা কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ। এইচ টি এম এলৰ সম্পূৰ্ণ নাম হ'ল হাইপাৰ টেক্সট মাৰ্কাপ লেংগুৱেজ।

এইচ টি এম এলক বিশেষকৈ ৱে'পপৃষ্ঠা সাজিবলৈ ব্যৱহাৰ কৰা হয়।