Wb/as/অসমৰ জিলাসমূহ

< Wb‎ | as
Wb > as > অসমৰ জিলাসমূহ

এই গ্ৰন্থ ৱিকিঅনুজৰ অন্তৰ্গত, অৰ্থাৎ এই গ্ৰন্থ শিশুসকলৰ বাবে।

অসম ভাৰতৰ উত্তৰ- পূৰ্বাঞ্চলত অৱস্থিত এখন ৰাজ্য। অসমক ২৭খন জিলাত বিভক্ত কৰা হৈছে।

জিলাসমূহৰ তালিকা edit

লিখক! edit

এই গ্ৰন্থত আপুনিও ন-পৃষ্ঠা যোগ কৰিব, আৰু পুৰণি পৃষ্ঠা সম্পাদনা কৰিব (বা সালসলনি কৰিব) পাৰে ! পিচে ন-পৃষ্ঠা সৃষ্টি কৰোতে মনত ৰাখিব যে পৃষ্ঠাৰ জঁকাটো হ'ব লাগিব এনে ধৰণৰ (পিচে সকলো দিশ যোগ নকৰি, কিছুমান বাদ দি, কেৱল কেইটামান দিশ যোগ কৰি, বা নতুন দিশ যোগ কৰিও লিখিব পাৰে। এনে ক্ৰমত হ'লে ভাল, কিন্তু বাধ্যবাধকতা নাই।)--

পৰিচয় (অৱস্থান, জনসংখ্যা আদি)

বুৰঞ্জী

ভূগোল

অৰ্থনীতি

বিখ্যাত ঠাই

তলৰ পৰা কপি কৰি ন-পৃষ্ঠা সৃষ্টি কৰোতে পে'ষ্ট কৰি ল'ব পাৰে--

==পৰিচয়== ইয়াত জিলাখনৰ অভস্থান, জনসংখ্যা আদি লিখক।

==বুৰঞ্জী== ইয়াত জিলাখনৰ বুৰঞ্জীৰ বিষয়ে লিখক।

==ভূগোল== ইয়াত জিলাখনৰ ভৌগোলিক অৱস্থান, হৃদ-জলাশয়, পাহাৰ, নদী আদিৰ বিষয়ে লিখক।

==অৰ্থনীতি== ইয়াত জিলাখনত থকা কল-কাৰখানা, মানুহৰ জীৱিকা আদিৰ বিষয়ে লিখক।

==বিখ্যাত ঠাই== ইয়াত জিলাখনৰ বিখ্যাত ঠাইৰ নামসমূহ লিখক। সেই ঠাইসমূহৰ বিষয়ে অন্য তথ্যও লিখিব পাৰে।