Wb/as/অসমীয়া লিখাত(টাইপিং) সহায়

< Wb‎ | as
Wb > as > অসমীয়া লিখাত(টাইপিং) সহায়

বেটুপাতলৈ যাবলৈ ইয়াত টিপক

যিহেতু অসমীয়া ৱিকিগ্ৰন্থত লিখিবলৈ অসমীয়া লিপিৰ ব্যৱহাৰ কৰা হয়, অসমীয়াত টাইপিং কৰাৰ (ইউনিকোডত) জ্ঞান থকা অতিকৈ প্ৰয়োজনীয়। বৰ্তমান বহুটো অসমীয়া লিখা বিনামূলীয়া উপকৰণ সহজে উপলব্ধ। ইয়াত কিছু তেনে উপকৰণৰ বিষয়ে উল্লেখ কৰা হ'ল----

অসমীয়া ৱিকিগ্ৰন্থত অসমীয় লিখিবলৈ কোনো বেলেগ সজুলী নালাগে edit

ৱিকিগ্ৰন্থ সকলোৱে লিখিব পৰা গ্ৰন্থৰ সম্ভাৰ, সেয়ে সকলোৱে সহজে অসমীয়া লিখিব পৰৰ ব্যৱস্থা অসমীয়া ৱিকিগ্ৰন্থত আছে। কোনো বেলেগ ছফটৱেৰৰ প্ৰয়োজন নাই!

এই নিয়মেৰে আপুনি অসমীয়া ৱিকিগ্ৰন্থত অসমীয়া লিখিব পাৰে--

আখৰ কী উদাহৰণ কী
a উদাহৰণ উদাহৰণ
aa উদাহৰণ উদাহৰণ
i উদাহৰণ উদাহৰণ
ii উদাহৰণ উদাহৰণ
u উদাহৰণ উদাহৰণ
উদাহৰণ uu উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ e উদাহৰণ উদাহৰণ
উদাহৰণ oi উদাহৰণ উদাহৰণ
উদাহৰণ o উদাহৰণ উদাহৰণ
উদাহৰণ ou উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ
উদাহৰণ উদাহৰণ উদাহৰণ উদাহৰণ

জাহ্নবী (ৱিণ্ড'জৰ বাবে)

লেয়াউটত সহায়----

ক k

খ kh

গ g

ঘ gh

ঙ Ng

চ c

ছ ch

জ j

ঝ jh

ঞ NG

ট t

ঠ th

ড d

ঢ dh

ণ N

ত T

থ Th

দ D

ধ Dh

ন n

প p

ফ f/ph

ব b

ভ v/bh

ম m

য z

ৰ rr

ল l

ৱ B

শ sh

ষ S

স s

হ h

ক্ষ k=S

ড় R

ঢ় Rh

য় y

ৎ tt

ং ng

ঃ H

ঁ NN

্ = (অৰ্থাৎ যুক্তাক্ষৰ লিখিবলৈ আখৰৰ মাজত = লিখিব। উদাহৰণ স্বৰূপে, ক্ত লিখিবলৈ k=T, ব্দ লিখিবলৈ b=D, ণ্ট লিখিবলৈ N=t, ক্ট লিখিবলৈ k=t আদি)

অ ao

আ A

া a

ই I

ি i

ঈ II

ী ii

উ U

ূ u

ঋ WR

ৃ W

এ E

ে e

ঐ OI

ৈ oi

ও O

ো o

ঔ OU

ৌ ou

১ 1

২ 2

৩ 3

৪ 4

৫ 5

৬ 6

৭ 7

৮ 8

৯ 9

০ 0

৺ q

কি কি অসুবিধা হ'ব পাৰে----

  • চিফ্ট কী প্ৰয়োগ কৰি লিখিব লগীয়া চিন যেনে ?, <, ", :, |, *, ^, % আদিৰ পিছত া, অ, ি, ী, ু, ূ, ে, ৈ, ো, ৌ, ক, গ, চ, জ, ট, ঠ, ড, ঢ, ন, ব, ৰ, শ, স, হ, ক্ষ, য়, ৎ, ং লিখাত অসুবধা হয়। উপায় হিচাপে ?, <, " আদি চিনৰ পিছত ল লিখি বেক্সপেচ টিপি া, অ, ী, ক আদি লিখিব লাগে।
  • কেতিয়াবা জাহ্নবীয়ে কাম কৰা বন্ধ কৰে, উপায় হিচাপে জাহ্নবী বন্ধ কৰি পুনৰ আৰম্ভ কৰিব লাগে।
  • কেতিয়াবা জাহ্নবীত নিজে নিজে চিফ্ট মোড আৰম্ভ হয় (সাধাৰণতে আৰম্ভ কৰাৰ পিছতেই), উপায় হিচাপে জাহ্নবী বন্ধ কৰি পুনৰ আৰম্ভ কৰিব লাগে।

জাহ্নবী ভাল কাৰণ জাহ্নবী ব্যৱহাৰ কৰি মাইক্ৰচফ্ট ৱৰ্ড হওক, গুগল ক্ৰম, মজিল ফায়াৰ্ফক্সৰ দৰে ৱেব ব্ৰাউজাৰ হওক, ন'টপেড, ৱৰ্ডপেড, মাইক্ৰচফ্ট পাৱাৰ্পইন্ট হওক, এক্সেল হওক বা অসমীয়া ৱিকিগ্ৰন্থ হওক জাহ্নবী ব্যৱহাৰ কৰি সকলোতে লিখিব পাৰি!

অসমীয়া ৱিকিপিডিয়া, ৱিকিগ্ৰন্থ, ৱিকিউৎস আদিত সংলগ্ন উপকৰণসমুহ edit