Wb/as/অসমীয়া ভাষা (ৱিকিঅনুজ)/ধ্বনি আৰু আখৰ

অসমীয়া ভাষাত বিভিন্ন ধ্বনি ব্যৱহাৰ কৰা হয়, যেনে ক, গ আদি।

আচলতে ধ্বনি মানুহৰ হাওঁফাওঁৰপৰা ওলোৱা বতাহত আন আন অংগৰে নিয়ন্ত্ৰণ, বাধিত বা আন ধৰণে প্ৰভাৱিত কৰি সৃষ্টি কৰা যায়।

স্বৰ ধ্বনি আৰু ব্যঞ্জন ধ্বনি edit

অসমীয়া ভাষাত স্বৰ ধ্বনি আৰু ব্যঞ্জন ধ্বনি ব্যৱহৃত হয়।

স্বৰ ধ্বনি উচ্চাৰণ কৰোতে হাওঁফাওঁৰপৰা ওলোৱা বতাহে কোনো বাধাৰ সন্মুখীন নহয়। ব্যঞ্জন ধ্বনিৰ উচ্চাৰণ কৰাৰ সময়ত বতাহ কৰবাত নহয় কৰবাত বাধিত হোৱা দেখা যায়।

_`_`

ক্ উচ্চাৰণ কৰা। কিমান সময় কৰিব পাৰিলা??

অ উচ্চাৰণ কৰা। কিমান সময় পাৰিলা?

জ্ উচ্চাৰণ কিমান সময় কৰিব পাৰিলে?

৶৷৶৷--