Wn/as/জেনেৰেল ভি কে সিঙে পাকিস্তান দিবস নৈশ ভোজলৈ যোৱাৰ সম্ভাৱনা

< Wn‎ | as
Wn > as > জেনেৰেল ভি কে সিঙে পাকিস্তান দিবস নৈশ ভোজলৈ যোৱাৰ সম্ভাৱনা

পাকিস্তানৰ এন্বয় আব্দুল বাচিতে কয় যে তেওঁ নাভাবে তেওঁ পাকিস্তানৰ গণতন্ত্ৰ দিবসত কাশ্মীৰী পৃথকবাদীক আমন্ত্ৰণ কৰাক লৈ ভাৰতে বেয়া নাপাব। "ভাৰত চৰকাৰে নিজৰ বাবে কয় আৰু ভাৰত-পাকিস্তানৰ সমস্যা সমাধানত দুটাই পাৰ্টি আছে, কোনো তৃতীয়ৰ স্থান নাই" মন্ত্ৰালয়ৰ বক্তা চৈয়দ অকবৰুদ্দীনে কয়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ট্বিটাৰযোগে কয় যে তেওঁ পাকিস্তান দিবসৰ বাবে নৱাজ চৰিফক শুভেচ্ছা জনাইছে।