Wn/as/গব্বৰ ইজ বেকৰ প্ৰথম প'ষ্টাৰ মুকলি

< Wn‎ | as
Wn > as > গব্বৰ ইজ বেকৰ প্ৰথম প'ষ্টাৰ মুকলি

অক্সয় কুমাৰ অভিনিত হিন্দী ছবি 'গব্বৰ ইজ বেক'ৰ প্ৰথম প'ষ্টাৰ আনুস্থানিক ভাৱে মুকলি হয়। প'ষ্টাৰখনত লিখা পৰিলক্ষিত হয়-- "নাম ৱিলান কা, কাম হিৰ' কা" অৰ্থাৎ 'নাম খলনায়কৰ, কাম নায়কৰ'।

প'ষ্টাৰখনত অক্সয় কুমাৰৰ এখন দীঘলীয়া আলোকচিত্ৰ থকাৰ লগতে, চলচিত্ৰখনৰ কিছু দৃশ্যও দেখা যায়।

উল্লেখ্য যে গব্বৰ নামটো পূৰ্বৰ হিন্দী চিনেমাৰ এজন খলনায়কৰ নামৰ পৰা লোৱা হৈছে যদিও, চলচিত্ৰখনত গব্বৰে দূৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়ে।